Tuesday, July 9, 2024

Important Assam History Question Answers for ADRE 2023-2024 [SET-1] | Assam Direct Recruitment History Q&A

WhatsApp Channel Follow Us
Telegram Channel Join Now

হেলো বন্ধু সকল আপুনালোকক লৈ DailyAssamJob.in স্বাগতম জনাইছো, আজি আমি ইয়াত ADRE Assamese History Question & Answer বিষয়ে জানিম । যদি আপুনি ADER Recruitment আবেদন কৰিছে আৰু পৰীক্ষা দিম বুলি পন কৰিছে তনেহলে তলত উল্লেখ কৰা প্ৰশ্ন-উত্তৰ আপুনাৰ বাবে বহুত সহযোগি হৱ ।

Assam History Question Answers for ADRE 2023-2024

ADER Assam History Question Answers

প্ৰশ্ন: অসমৰ প্ৰাচীন নাম কি আছিল ?
  •  A)প্ৰাগজ্যোতিষপুৰ
  •  B) গুৱাহাটী
  •  C) যোৰহাট
  •  D) তেজপুৰ

উত্তৰ: প্ৰাগজ্যোতিষপুৰ


প্ৰশ্ন: আহোমৰ প্ৰথম ৰজা কোন আছিল ?

  •  A) চুকাফা
  •  B) চুৰাম্ফা
  •  C) গদাধৰ সিংহ
  •  D) উদয়াদিত্য সিংহ

উত্তৰ: চুকাফা

প্ৰশ্ন:  আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ?

  •  A) যোৰহাট
  •  B) গুৱাহাটী
  •  C) চৰাইদেউ
  •  D) ডিব্ৰুগড়

উত্তৰ: চৰাইদেউ

প্ৰশ্ন:  চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি ৰাজ্য শাসন কৰে ?

  •  A) 1228
  •  B) 1253
  •  C) 1560
  •  D) 1260

উত্তৰ: 1253


প্ৰশ্ন: আহোমৰ কোনজন ৰজাক নৰীয়া ৰজা বুলি জনা গৈছিল ?

  •  A) জয়ধ্বজ সিংহ
  •  B) চুৰাম্ফা
  •  C) চক্ৰধ্বজ সিংহ
  •  D) চ্যুতিনফা

উত্তৰ: চ্যুতিনফা

প্ৰশ্ন: ৰাম-চৰিত-মানস কোনে ৰচনা কৰিছিল ?

  •  A) মাধৱদেৱ
  •  B) তুলসী দাস
  •  C) শংকৰদেৱ
  •  D) মাধৱ কন্দলি

উত্তৰ: তুলসী দাস

প্ৰশ্ন: ভাৰতবৰ্ষত কিমান চনত সতী দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল ?

  •  A) 1826
  •  B) 1829
  •  C) 1850
  •  D) 1810

উত্তৰ: 1829 চনত

প্ৰশ্ন: কোন ৰজাই মোগলক গুৱাহাটী আৰু কামৰূপৰ পৰা খেদিছিল ?

  •  A) গদাধৰ সিংহ
  •  B) জয়ধ্বজ সিংহ
  •  C) চুলিকফা
  •  D) উদয়াদিত্য সিংহ

উত্তৰ: জয়ধ্বজ সিংহ

প্ৰশ্ন: হিন্দু কলেজ কিমান চনত স্থাপন কৰা হৈছিল ?

  •  A) 1800
  •  B) 1817
  •  C) 1827
  •  D) 1901

উত্তৰ: 1817 চনত

প্ৰশ্ন: চৈতন্যৰ প্ৰকৃত নাম কি আছিল ?
  •  A) যশৱন্ত
  •  B) দশৱান
  •  C) বিশম্বৰ মিশ্ৰ
  •  D) মাধৱ কন্দলি

উত্তৰ: বিশম্বৰ মিশ্ৰ

প্ৰশ্ন: মংগল পাণ্ডেক কিমান চনত মৃত্যুদণ্ড দিয়া হৈছিল ?

  •  A) 1920 চনৰ 26 মাৰ্চ
  •  B) 1800 চনৰ 21 এপ্ৰিল
  •  C) 1857 চনৰ 29 মাৰ্চ
  •  D) 1920 চনৰ 30 জানুৱাৰী

উত্তৰ: 1857 চনৰ 29 মাৰ্চত

প্ৰশ্ন: গীত-গোবিন্দ কোনে ৰচনা কৰিছিল ?

  •  A) মাধৱদেৱ
  •  B) তুলসী দাস
  •  C) শংকৰদেৱ
  •  D) জয়দেৱ

উত্তৰ: জয়দেৱ

প্ৰশ্ন: ক'ত প্ৰথম আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল ?

  •  A) ভৰালি
  •  B) উত্তৰ গুৱাহাটী
  •  C) যোৰহাট
  •  D) গোলাঘাট

উত্তৰ: ভৰালি

প্ৰশ্ন: শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল ?

  •  A) 157
  •  B) 180
  •  C) 150
  •  D) 160

উত্তৰ: 157 টা

প্ৰশ্ন: কিমান চনত ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল ?

  •  A) 1850
  •  B) 1960
  •  C) 1900
  •  D) 1960

উত্তৰ: 1960 চনত

If you Like it, Please Share it...!

No comments:

Post a Comment